Breaking

অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰে; ICCৰ সকলো ট্ৰফী জয় কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয় অষ্ট্ৰেলিয়া

0 63

দ্য অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতক ২০৯ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) লাভ কৰে।

ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই সকলো পুৰুষৰ আই চি চি ট্ৰফী (এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, টি-২০ বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ) জয় কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।

ইয়াৰ উপৰিও ভাৰতে এতিয়া ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে WTC ৰানাৰ্ছ আপৰ স্থান দখল কৰিছে।

Leave A Reply