Breaking

গৌৰীপুৰত বাল্য বিবাহ, নিচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজগতা সভা…

0 71

ধুবুৰী জিলা আৰক্ষী প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গৌৰীপুৰৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ প্ৰায় চাৰি হাজাৰতকৈ অধিক ছাত্ৰ- ছাত্ৰীয়ে এই সজগতা অনুষ্ঠানত অংশ গ্ৰহন কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানটোত জিলা প্ৰশাসনে বাল্য বিবাহ ,নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ছাত্ৰ- ছাত্ৰী সকলক শপত বাক্য পাঠ কৰোৱাই ৷


আজিৰ এই সজগতা সভাৰ জৰিয়তে গৌৰীপুৰৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে বাল্যবিবাহ নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক ৰোধ কৰাৰ বিৰুদ্বে জিলা প্ৰশাসনক প্ৰতিশ্ৰুতি দি সকলোৱে ঐক্যবদ্ধ হয়৷

গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ প্ৰতিবেদন

Leave A Reply