Breaking

ৰাজ্যবসীৰ বাবে বেয়া খবৰ, স্থান নাপালে অসমৰ ৰিয়ান পৰাগে…

0 120

ৰাজ্যবসীৰ বাবে বেয়া খবৰ। ঘোষণা হ’ল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20ছিৰিজৰ টীম ইণ্ডিয়াৰ স্কোৱাড । দলত স্থান নাপালে অসমৰ ৰিয়ান পৰাগে। মোস্তাক আলী ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৰিয়ানে।

ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো স্থান নাপালে ৰিয়ান পৰাগে। সূৰ্য কুমাৰ যাদৱক ভাৰতৰ অধিনায়কৰ দায়িত্ব। ৰিয়ানতকৈ দুৰ্বল প্ৰদৰ্শন কৰা শিৱম ডুবে, ৰিংকু সিঙৰ স্থান লাভ। BCCI-এ ঘোষণা কৰা দলত উপেক্ষিত হ’ল ৰিয়ান পৰাগ।

Leave A Reply