Breaking

দুঃসংবাদ! মক্কাত মৃত্যু শিৱসাগৰৰ হজ যাত্ৰীৰ

0 144

ঈদৰ প্ৰাকমুহূৰ্তত মক্কাৰ পৰা আহিল এটা দুঃসংবাদ৷ মক্কাৰ হজ যাত্ৰাত অঘটন।

শিৱসাগৰৰ সঞ্জীৱ বড়া নামৰ এজন হাজীৰ মৃত্যু হৈছে মক্কাত৷

পত্নীৰ সৈতে হজ যাত্ৰালৈ গৈছিল সঞ্জীৱ বড়া৷

সঞ্জীৱ বড়া ONGCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল৷ সঞ্জীৱ বড়াৰ ঘৰ শিৱসাগৰৰ ঘিলাগুৰিত।

উল্লেখ্য মক্কাতে তেখেতৰ জানাজা সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply