Breaking

নাজিৰাত শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে “বাজাজ বাইকৰ মেগা লোণ আৰু এক্সচেঞ্জ মেলা” শুভাৰম্ভ

0 30

শাৰদীয় দূৰ্গোৎসৱৰ প্ৰাকমূহুত্বত আপোনাৰ সপোনৰ দুচকীয়া বাহনখন ক্ৰয় কৰিব বিছাৰে নেকি? মাত্ৰ ৯৯৯ টকাত এতিয়া আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ সপোনৰ দুচকীয়া বাহনখন । এই সুযোগ আগবঢ়াইছে দেশৰ আগশাৰীৰ দুচকীয়া বাহন বাজাজ কোম্পানীৰ নাজিৰাৰ বিক্ৰেতা এ কে অট’ম’বাইলচ প্ৰতিষ্ঠানে ।

৯৯৯ টকা , ১৯৯৯ টকা আৰু ২৯৯৯ টকা আগধন দি বাজাজৰ বিভিন্ন মডেলৰ দুচকীয়া বাহন অতি সহজ কিস্তিত ক্ৰয় কৰাৰ সুযোগ লাভ কৰক নাজিৰাৰ এই বিক্ৰেতা প্ৰতিষ্ঠান এ কে অট’মবাইলচৰ পৰা । লগতে যিকোনো কোম্পানীৰ পুৰণি দুচকীয়া বাহন উচিত মূল্যত এক্সচেঞ্জ কৰাৰো সুবিধা আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে । আজি এই মেগা লোণ আৰু এক্সচেঞ্জ মেলাখনি শুভ উদ্বোধন কৰে নাজিৰা – শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন ডঃ অজয়লাল বৰুৱাই।

Leave A Reply