Breaking

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ! যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত…

0 29

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক। ২০০৮ চনত যুৱকজনে মানকাচৰত কৰিছিল প্ৰৱেশ ।

মিজানুৰ ৰহমান নামৰ যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত। মানকাচৰৰ ভুৰাকটাত বিবাহ পাতি স্থায়ীভাৱে কৰিছিল বসবাস।

ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ডো বনাইছিল মিজানুৰে। আৰক্ষীৰ তদন্তৰ ভিত্তিত আটক মিজানুৰ ৰহমান।

Leave A Reply