দুমুনিচকীত বানসাহাৰ্য বিতৰণ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা

দুমুনিচকীত তৃণমুল কংগ্ৰেছৰ বানসাহাৰ্য বিতৰণ।দৰং জিলাৰ দুমুনিচকীত উপস্থিত তৃণমুল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা।ৰাজ্য চৰকাৰে বানসাহাৰ্য প্ৰদানত ব্যৰ্থ হৈছে গুৰত্ব পূৰ্ণ মন্তব্য ৰিপুণ বৰাৰ।

ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰৰ কাৰ্যলয়ত বান সাহায্য বিচাৰি অহা বন্যাৰ্তক গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰা ঘটনাক গৰিহনা দিয়ে দুমুনিচকীত প্ৰায় তিনি শতাধিক বন্যাৰ্তৰ মাজত চাউল ,দাইল মিঠাতেল পানী বটল আদি বিতৰণ কৰে।

Related Articles