Breaking

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন ৷

0 560

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন ৷
মুকালমুৱাৰ বৰতলা, বৰলিয়াপাৰ, জয়সাগৰত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰৱল প্ৰতিবাদ ৷
বৰতলা পেট্ৰল পাম্পৰ সন্মুখত প্ৰতিবাদত বহিল বিধায়ক দিগন্ত বৰ্মন ৷
পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধ কৰক, বিজেপি চৰকাৰ হায়,হায়-হায় আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
প্ৰতিবাদী কাৰ্যসুচীত বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷

Leave A Reply