Breaking

বিচিচিআইৰ বাৰ্ষিক চুক্তি ২০২২-২৩ঃ ৰবীন্দ্ৰ জাডেজাক শীৰ্ষ ব্ৰেকেটত অন্তৰ্ভুক্ত, সঞ্জু চেমছনে লাভ কৰে প্ৰথম চুক্তি

0 75

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেওবাৰে ২০২২-২৩ ছিজনৰ বাবে পুৰুষ দলটোৰ বাৰ্ষিক খেলুৱৈৰ চুক্তি ঘোষণা কৰে।

ৰবীন্দ্ৰ জাডেজাক শীৰ্ষ ব্ৰেকেটলৈ উন্নীত কৰাৰ বিপৰীতে কে এল ৰাহুলক অৱনমিত কৰা হয়।

গ্ৰেড এ+: ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা৷

এ গ্ৰেড : হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ শামি, ঋষভ পন্ত, অক্ষৰ পেটেল৷

বি গ্ৰেড : চেতেশ্বৰ পূজাৰা, কে এল ৰাহুল, শ্ৰেয়াছ আয়েৰ, মহম্মদ চিৰাজ, সূৰ্য্যকুমাৰ যাদৱ, শুবমান গিল৷

চি গ্ৰেড : উমেশ যাদৱ, শিখৰ ধাৱন, শাৰদুল ঠাকুৰ, ঈশান কিষাণ, দীপক হুদা, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, সঞ্জু চেমচন, ৱাশ্বিংটন সুন্দৰ, আৰ্ষদীপ সিং, কে এছ ভাৰত৷

খেলুৱৈয়ে কিমান উপাৰ্জন কৰিব?

গ্ৰেড এ+ শিতানত ৭ কোটি টকা দিয়া হ’ব, আনহাতে গ্ৰেড এ ক্ৰিকেটাৰে ৫ কোটি টকা লাভ কৰিব৷

বি গ্ৰেডৰ খেলুৱৈয়ে ৩ কোটি আৰু চি গ্ৰেডৰ ক্ৰিকেটাৰে ১ কোটি টকা দৰমহা পাব।

Leave A Reply