Breaking

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীলৈ BCCIৰ বিশেষ সন্মান…

0 44

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ এম এছ ধোনীলৈ BCCIৰ বিশেষ সন্মান ৷

ভাৰতীয় দলৰ কোনো খেলুৱৈৰ পৰিধানত দেখা নাযাব ৭ নং জাৰ্ছী ৷

ধোনীৰ প্ৰতি বিশেষ সন্মান জনাই ৭নং জাৰ্ছীক দিলে অৱসৰ৷ পূৰ্বে শচীন তেণ্ডুলকাৰৰ ১০ নং জাৰ্ছীকো দিয়া হৈছিল অৱসৰ ৷

Leave A Reply