পেঙেৰীৰ নগাপথাৰ ইনথেমত শক্তিশালী গ্ৰেনেট উদ্ধাৰ…

পূজাৰ বতৰত পেঙেৰীৰ নগাপথাৰ ইনথেমত শক্তিশালী গ্ৰেনেট উদ্ধাৰ।

নগাপথাৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ গ্ৰেনেটতো।

কেইটিমান শিশুৱে গ্ৰেনেটটো দেখা পাই স্থানীয় লোকৰ খবৰ দিয়াত আৰক্ষী আৰু সেনাই উদ্ধাৰ কৰে গ্ৰেনেটতো।

বৰ্ত্তমান গ্ৰেনেট টো নিষ্ক্ৰিয় কৰিবৰ বাবে বোমা বিশেষজ্ঞৰ দল ৰাওনা।

গ্ৰেনেটটোৰ ওজন প্ৰায় ৭ শ গ্ৰাম।

Related Articles