Breaking

ছেইফৰ পূৰ্বে আন এজন বিবাহীত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল অভিনেত্ৰী কৰীনা কাপুৰ…

0 118

ছেইফৰ পূৰ্বে আন এজন বিবাহীত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল অভিনেত্ৰী কৰীনা কাপুৰ। সেই পুৰুষ জন আছিল হৃতিক ৰোচন। হৃতিকৰ প্ৰেমত ইমানেই অন্ধ আছিল কৰীণা, সমাজৰ প্ৰতিও গুৰুত্ব দিয়া নাছিল। বলীউডত এটা সময় আছিল যেতিয়া কৰীনা কাপুৰৰ চলচ্চিত্ৰ জগতত অতি জনপ্ৰিয় আছিল। প্ৰতিজন পৰিচালকৰ প্ৰথম পছন্দ আছিল কৰীণা। ২০০০ চনত ‘ৰেফিউজি’ ছবিৰ জৰিয়তে বলীউডত ভৰি দিছিল কৰীনাই। বহু ডাঙৰ ডাঙৰ তাৰকাৰ সৈতে বহু ছবিত অভিনয় কৰিছে কৰীনাই। বহুবাৰ কৰীনা আৰু হৃতিক ৰোশনে একেলগে বহু ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে। কিন্তু হৃতিকৰ পৰিয়ালে দুয়োকে পৃথক কৰি পেলাইছিল।

‘মুঝছে দোস্তি কৰোগে’, ‘মেইন প্ৰেম কি দীৱানী হুন’, ‘কভি খুশী কভি ঘাম’ আদি ছবিত একেলগে অভিনয় কৰিছিল কৰীনা আৰু হৃতিকে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সেই সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কও চলিছিল। বিবাহিত হৃতিকৰ প্ৰতি বেবো ইমানেই প্ৰেমত পৰিছিল যে সমাজে কি ভাবিব তাক লৈ এবাৰো কল্পনা কৰা নাছিল কৰীণাই। কিন্তু হৃতিকৰ পৰিয়ালে হস্তক্ষেপ কৰি দুয়োকে পৃথক কিছিল। কিন্তু হৃতিক আৰু কৰীনাই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰে।

হৃতিক আৰু কৰীনাক যেতিয়া তেওঁলোকৰ প্ৰেমৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। হৃতিকে কয় যে এয়া এক ভুৱা বাতৰি। আনহাতে কৰীনাই নিজৰ সাহসী ষ্টাইলত উত্তৰ দি কৈছিল যে তেওঁ কোনো বিবাহিত পুৰুষৰ প্ৰেমত নপৰে। কিন্তু বিয়া ছেইফ আলী খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

অতি সোনকালে তেওঁক ফাইটাৰ ছবিত দেখা যাব হৃতিকক। এই ছবিখনত প্ৰথমবাৰৰ বাবে হৃতিক আৰু দীপিকাক একেলগে দেখা যাব ডাঙৰ পৰ্দা।

Leave A Reply