সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন বেগী বলা মহম্মদ ছামিৰ, ২০২৪ৰ আই পি এলত অংশগ্ৰহণ কৰিব নে ছামীয়ে…

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল বেগী বলা মহম্মদ ছামিৰ।


বৰ্তমান কিছু সুস্থ হৈ উঠিছে বেগী বলাৰ মহম্মদ ছামি৷


কিছুদিন পূৰ্বে বাঁও ভৰিৰ গোৰোহাত আঘাত পাইছিল তাৰকা ক্ৰিকেটা মহম্মদ ছামীয়ে৷


শেহতীয়াকৈ গোৰোহাৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় বুলি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই কথা জনায় বেগী বলাৰগৰাকীয়ে৷


আনহাতে ২০২৪ৰ আই পি এলত ছামীয়ে অংশগ্ৰহণ কৰিব পৰাৰ আশা ক্ষীণ।

Related Articles