Breaking

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন বেগী বলা মহম্মদ ছামিৰ, ২০২৪ৰ আই পি এলত অংশগ্ৰহণ কৰিব নে ছামীয়ে…

0 33

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল বেগী বলা মহম্মদ ছামিৰ।


বৰ্তমান কিছু সুস্থ হৈ উঠিছে বেগী বলাৰ মহম্মদ ছামি৷


কিছুদিন পূৰ্বে বাঁও ভৰিৰ গোৰোহাত আঘাত পাইছিল তাৰকা ক্ৰিকেটা মহম্মদ ছামীয়ে৷


শেহতীয়াকৈ গোৰোহাৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় বুলি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই কথা জনায় বেগী বলাৰগৰাকীয়ে৷


আনহাতে ২০২৪ৰ আই পি এলত ছামীয়ে অংশগ্ৰহণ কৰিব পৰাৰ আশা ক্ষীণ।

Leave A Reply