Breaking

নলবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক

0 1,297

নলবাৰীৰ বেলশৰ আৰক্ষীয়ে নিশা পাঠশালাৰ পৰা এজন প্ৰৱঞ্চকক আটক কৰে। নলবাৰীৰ বেলশৰৰ দেৱেন ডেকাৰ পৰা পুৰণি ট্ৰেক্টৰ কিনি পইচা নিদিয়াকৈ থকাৰ বাবে পাঠশালাৰ সুভাষ জাহাংগীৰ বিৰূদ্ধে ঠগ-প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছিল বেলশৰ থানাত পৰবৰ্তী সময়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান চলাই নিশা পাঠশালাৰ পৰা আটক কৰি আনে প্ৰৱঞ্চক গৰাকীক ।

আৰক্ষীয়ে জানিব দিয়া মতে প্ৰৱঞ্চক গৰাকীৰ নাই কোনো নিজা ঘৰ পাঠশালাত আনহাতে ভাড়াত চলাই ডিলাৰ ,ইয়াৰ উপৰিও বিভিন্ন লোকৰ পৰা প্ৰৱঞ্চনাৰে চাকৰিৰ লগতে গাড়ীৰ দিয়াৰ নামত অভিযোগ আছে প্ৰৱঞ্চক গৰাকীৰ ওপৰত ।ইফালে প্ৰৱঞ্চক গৰাকীৰ ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে ।

Leave A Reply