Breaking

তামুলপুৰৰ কুমাৰীকাটাত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ

0 36

আদিবাসী সেঙ্গেল অভিযানৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত আজি এদিনীয়া ভাৰত বন্ধ ঘোষণা কৰাৰ ফলত ঠায়ে ঠায়ে বন্ধৰ বিশেষ প্ৰভাৱ পৰে।

সমান্তৰালভাৱে আদিবাসী সেঙ্গেল অভিযান তামুলপুৰ ব্লক আৰু বাক্সা জিলা সমিতিৰ উদ্যোগত তামুলপুৰৰ কুমাৰীকাটাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি গাড়ী বন্ধ কৰাৰ লগতে কুমাৰীকাটাৰ দোকান পোহাৰ বন্ধ কৰি দিয়ে।

প্ৰতিবাদকাৰী সকলে উই ওৱাণ্ট এছটি, ন’ এছটি ন’ ৰেষ্ট, মাৰাং বুৰু উভতাই দিয়ক, আমাৰ দাবী নায্য দাবী আদি শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে।

Leave A Reply