Breaking

আজিৰে পৰা ‘ভাৰত জোড়ো ন্যায় যাত্রা’, ১৮ জানুৱাৰীত অসমত প্রৱেশ কৰিব এই যাত্রাই…

0 23

আজিৰে পৰা কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’।
উত্তৰ-পূবৰ পৰা এই যাত্রা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ নেতৃত্বত।
মণিপুৰৰ খংজমৰ পৰা আৰম্ভ হ’ব ৬৭ দিনীয়া যাত্রা।


কেতবোৰ নিয়ম মানিহে ন্যায় যাত্ৰাৰ বাবে কংগ্রেছক অনুমতি প্ৰদান।
সীমিতসংখ্যক লোকৰ উপস্থিতিৰে আৰম্ভ হ’ব এই যাত্রা।
১৮ জানুৱাৰীত অসমত প্রৱেশ কৰিব এই যাত্রাই।
৮ দিনত এই যাত্রাই সাঙুৰি ল’ব অসমৰ ১৭খন জিলাক।
৬৬ দিনৰ পিছত যাত্ৰাৰ সামৰণি পৰিব মুম্বাইত।


Leave A Reply