Breaking

ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাহনৰ পাৰ্কিংৰ সুবিধাৰ্থে ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই পাৰ্কিং স্থানৰ বাবে ৫ লক্ষ টকাৰ আবন্টিত পুঁজি প্ৰদান কৰে…

0 29

ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দুচকীয়া বাহনৰ পাৰ্কিংৰ সুবিধাৰ্থে ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই পাৰ্কিংস্থানৰ বাবে ৫ লক্ষ টকাৰ আবন্টিত পুঁজি প্ৰদান কৰে।

তাৰে বাবে বিধায়ক গৰাকীক সমূহ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ধন্যবাদ জনাই ।

Leave A Reply