Breaking

ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ তিনিটাকৈ মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত…

0 20

ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ তিনিটাকৈ মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়৷কাৰ্যভাৰতীয় জনতা পাৰ্টিৰ ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তক আদৰণি জনোৱাৰ লগতে দলৰ কাৰ্যকৰ্তা সকলকলৈ কাৰ্যকৰ্তা সন্মিলন আজি ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হয়৷উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ দলক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত উক্ত অনুষ্ঠানটি অনুষ্ঠিত হয়৷

ৰবীন বৰায় আতধৰা আজিৰ অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়াই৷আজি অনুষ্ঠানটিত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই দলৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰাৰ লগতে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷আজিৰ আদৰণি অনুষ্ঠান আৰু কাৰ্যকৰ্তাৰ সন্মিলনত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মত বিনিময় কৰে৷উক্ত সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক জন শইকীয়া,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলি মণ্ডলৰ সভাপতি কাজু দীপ,গুপ্তেশ্বৰ ম

Leave A Reply