Breaking

Paytm ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ

0 79

Paytm ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ।



২৯ ফেব্ৰুৱাৰীৰ পৰা Paytmত ধন জমা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে RBIএ।


Paytm-এ সংগ্ৰহ কৰিব নোৱাৰিব গ্ৰাহকৰ ধন। Paytm-এ RBIৰ নিয়ম উলংঘা কৰিছিল!


২৯ ফেব্ৰুৱাৰীৰ পিছত Paytm-এ দিব নোৱাৰিব কোনোধৰণৰ বেংকিং ছার্ভিচ।


অৱশ্যে Paytmত জমা থকা ধন আপুনি উলিয়াব পাৰিব।

Paytmৰ লগতে FASTags, Paytm Wallet আদিতো জমা কৰিব নোৱাৰিব ধন।

Leave A Reply