Breaking

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ বিগ বছ অ’টিটিৰ বিজয়ী এলভিছ যাদৱৰ…

0 74

বিজয়ৰ পিছত এলভিছ যাদৱক লগ পাই মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে টুইট কৰি সুখ প্ৰকাশ কৰে। বিগ বছ অ’টিটিৰ বিজয়ী এলভিছ যাদৱে শেহতীয়াকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক অভিনন্দন জনায়।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা এলভিছ যাদৱে শেহতীয়াকৈ বিগ বছ অ’টিটি ২ খিতাপ লাভ কৰিছে। বিজয়ৰ পাছত নিজৰ চহৰলৈ উভতি অহা এলভিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক জয়ৰ বাবে অভিনন্দন জনায়।

Leave A Reply