Breaking

বিহালী বেদাতীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্বচ্ছতা অভিযান আৰু গছ পুলি ৰোপন কাৰ্যসূচী

0 1,565

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পূৱ বিহালী আঞ্চলিক সমিতি উদ্যোগত বিহালী বেদেতী ছেন্টাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে হাতে হাতে ঝাড়ু লৈ স্বচ্ছ অভিযান চলোৱা দেখা গ’ল।
আনহাতে সদস্য সকলে বিহালী বিভিন্ন স্থানত গছ পুলি ৰোপন কৰে।


উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি প্ৰাচুৰ্য বৰুৱাকে ধৰি আঞ্চলিক সমিতি সদস্য আৰু বেদেতী বণিক সন্থাৰ বহু কেইজন সদস্য।

Leave A Reply