Breaking

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজন কৰা বিহুৰ কৰ্মশলা আজি সামৰণি অনুষ্ঠান

0 1,053

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজিত হৈছে বিহুৰ কৰ্মশলা
১এপ্ৰিলৰ পৰা আৰম্ভ হৈছে । আজি সামৰণি অনুষ্ঠান
প্ৰশিক্ষক অৰুণ জ্যোতি শইকীয়া, বিউটি বৈশ্য, চিকি শৰ্মা, অৰুণীমা আৰু পংকজৰ নেতৃত্বত প্ৰায় ১২৪ গৰাকী ছাত্ৰ ছাত্ৰী তথা যুৱক

যুৱতীৰে বিশেষ কৰ্মশলাৰ প্ৰস্তুতি
কৰ্মশলা দুটা ভাগত ভাগ কৰা হৈছে
আজি সকলোকে একোখনকৈ মানপত্ৰ বিতৰণ কৰে

Leave A Reply