Breaking

মহানগৰীৰ চানমাৰিত বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, আহত এজন…

0 40

গুৱাহাটী মহানগৰীৰ চানমাৰিত পথ দুৰ্ঘটনা।

বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা‌ইক আৰোহী।

আঘাত‌প্ৰাপ্ত বাইক আৰোহী জনক চিকিৎসালয় লৈ প্ৰেৰণ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত।

দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01 EX 6057।

বাইকখনৰ‌ নম্বৰ AS 01 F0274।

Leave A Reply