Breaking

ভাৰতীয় জনতা পাৰ্টী টেঙাখাত মণ্ডলৰ উদ্যোগত আজি স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে বাইক ৰেলি

0 1,525

ভাৰতীয় জনতা পাৰ্টী টেঙাখাত মণ্ডলৰ উদ্যোগত আজি পুৱাই স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে বাইক ৰেলি৷স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে আজি পুৱাই ভাৰতীয় জনতা পাৰ্টী টেঙাখাত মণ্ডলৰ উদ্যোগত এক বিশাল বাইক ৰেলি ওলিওৱা পৰিলক্ষিত হয়৷টেঙাখাতৰ পৰা আৰম্ভ কৰি ভেকুলাজান,লেংৰাই,গন্ধীয়া,ন খঙীয়া,কপহুৱা হৈ পুনৰ টেঙাখাত উপস্থিত হোৱা পৰিলক্ষিত হয়৷

এই অনুস্তানত উপস্থিত থাকে অসম গেছ কোম্পানীৰ উপাধক্ষ্য ইন্দ্ৰ গগৈ ,টেঙাখাত মণ্ডলৰ সভাপতি প্ৰিয়নাথ চেতিয়া ,জিলা পৰিষদৰ সদস্যা লিপিকা ভূঞা বৰুৱা,লগতে ভাৰতীয় জনতা পাৰ্টী বহুতো কৰ্মকৰ্তা উপস্থিত থকা পৰিলক্ষিত হয়৷

Leave A Reply