Breaking

জন্মস্থানৰ পৰা প্ৰাৰ্থীত্ব লাভ কংগনা ৰানাৱটৰ! কেনেকৈ টিকট লাভ কৰিলে কংগনাই…

0 27

কংগনা ৰানাৱত জন্মস্থানৰ পৰা বিজেপি প্ৰাৰ্থী কংগনা! বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি প্ৰাৰ্থী। বিগত কেইবাবছৰ ধৰি বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে।

বিজেপি চৰকাৰৰ সমৰ্থনত প্ৰায় সকলো কথাতে ৰাজহুৱাকৈ মন্তব্য কৰিছিল। দেশৰ কেইবাজনো বিৰোধী দলৰ নেতাক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰাৰ উপৰিও তেওঁলোকক ঠাট্টা-মস্কৰা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। যোৱা কেইদিনমানৰ পৰা শুনা গৈছিল যে এইগৰাকী অভিনেত্ৰী লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে। বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত জন্মস্থান হিমাচল প্ৰদেশ মাণ্ডীৰ বিজেপি প্ৰাৰ্থী।

Leave A Reply