December 3, 2023 ৰাজস্থানত বিজেপিৰ প্ৰাৰ্থী সমৰামৰ ১৩,০৯৪টা ভোটৰ ব্যৱধানত জয়লাভ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজস্থানত বিজেপিৰ প্ৰাৰ্থী সমৰামৰ জয়লাভ। ১৩,০৯৪টা ভোটৰ ব্যৱধানত জয়ী সমৰাম। ১৪৭নং পিন্দৱাৰা আবু সমষ্টিৰ প্ৰাৰ্থী সমৰাম। বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৭০,৬৪৭টা ভোট। Author: দৈনন্দিন বাৰ্তা Related Articles Thalapathy Vijay: বিজয়েই তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীঃ অভিনেতাৰ পৰা পৰিৱৰ্তনকৰ্মী ৰাজনৈতিক নেতাৰ পুনৰ ‘সংখ্যা’ৰ চমক দৈনন্দিন বাৰ্তা - May 9, 2026 মমতাৰ বিশ্বাসযোগ্য লেফটেনেণ্ট এতিয়া বংগৰ মুখ্যমন্ত্ৰী দৈনন্দিন বাৰ্তা - May 9, 2026 পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে দৈনন্দিন বাৰ্তা - May 9, 2026