Breaking

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰস্তুত কমিটী গঠন ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সদস্যৰ দায়িত্ব…

0 33

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই আজি লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে দলৰ নিৰ্বাচনী ইস্তাহাৰ সমিতিখন ঘোষণা কৰে। নিৰ্বাচনী ইস্তাহাৰ সমিতিত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে সদস্যৰ দায়িত্ব।

সমিতিখনত আন ২৪ গৰাকী সদস্যৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অৰ্পণ কৰা হৈছে সন্মানীয় সদস্যৰ দায়িত্ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক অধ্যক্ষ, নিৰ্মলা সীতাৰমণক আহ্বায়ক, পীয়ুষ গোৱেলক সহঃ আহ্বায়ক অৰ্জুন

মুণ্ডা, ভূপেন্দ্ৰৰ যাদৱ, ড০ হিমন্ত বিশ্ব শৰ্মা, কিৰেণ ৰিজেজু, অৰ্জুন ৰাম মেঘৱাল আদিকে ধৰি ২৪ জনক সদস্য হিচাপে লৈ মুঠ ২৭ জনীয়া নিৰ্বাচনী ইস্তাহাৰ সমিতিখন গঠন কৰা হয়।

Leave A Reply