Breaking

‘BJP দুৰ্বল হৈছে, সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে : গৌৰৱ গগৈ…

0 68

‘BJP দুৰ্বল হৈছে, সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে। সেয়ে নিৰ্বাচন আয়োগৰ জৰিয়তে পিছ দুৱাৰেদি যুঁজিব বিচাৰিছে।

BJPৰ মিছন ১২+ কৈছে, ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে। বহু BJP সাংসদে এইবাৰ টিকট নাপায়।

ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকাইছে বিজেপিয়ে’। ৰাজীৱ ভৱনত বিশেষ কাৰ্যসূচীত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

Leave A Reply