Breaking

চাকৰিৰ মুকলি বজাৰ পাতি লখিমপুৰত আটক বিজেপি নেতা ছামছুল হুছেইন ওৰফে ৰাজা…

0 42

চাকৰিৰ মুকলি বজাৰ পাতি লখিমপুৰত আটক বিজেপি নেতা।

আৰক্ষীৰ জালত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক নেতা ছামছুল হুছেইন ওৰফে ৰাজা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত পাতিছিল বজাৰ।

তৃতীয় বৰ্গৰ পদৰ চাকৰিৰ বাবে দাবী কৰিছিল ৫ লাখ টকা আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বাবে দাবী কৰিছিল ৩ লাখ টকা ।

Leave A Reply