December 3, 2023 ছত্তিশগড়ত আগবাঢ়িছে বিজেপি… Share FacebookTwitterWhatsAppTelegramKooEmail ছত্তিশগড়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি আছে প্ৰতিদ্বন্দিতা। ৯০ খন আসনৰ বাবে হোৱা এই নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026