Breaking

‘বিজেপিয়ে আমাক ধ্বংস কৰিব’ কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে খৰ্গে কয় – ‘কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব’!

0 47

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে এক সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে যিকোনো পৰিস্থিতিত কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব, নহলে বিজেপিয়ে আমাক ধ্বংস কৰিব।
মল্লিকাৰ্জুন খৰ্গে কয় যে একাংশ লোকে খৰ্গে বনাম মোডী বুলি উপস্থাপন কৰিব বিচাৰে। কিন্তু, এইটো ভুল। মই মোডীৰ বিৰুদ্ধে নহয়, মই মতাদৰ্শৰ বিৰুদ্ধে যুঁজিছো । কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন তুংগত। ৰাজনৈতিক দলসমূহত অব্যাহত আছে আভ্যন্তৰীণ যুঁজ। ৰাজ্যত প্ৰচাৰ অভিযানো দ্ৰুতগতিত আগবাঢ়িছে।

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে এক সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে। তেওঁ কৈছে যে যিকোনো পৰিস্থিতিতে কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব, নহলে বিজেপিয়ে আমাক ধ্বংস কৰি পেলাব।

Leave A Reply