Breaking

ঘোষণা হ’ল কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তালিকা…

0 52

১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।

ঘোষণা কৰিলে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তালিকা।

২২৪ টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ১৮৯ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়।

১৮৯ জনীয়া প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে ৫২খন নতুন মুখে ।

১৩ মে’ত ঘোষণা কৰিব নিৰ্বাচনৰ ফলাফল।

Leave A Reply