Breaking

আমগুৰিৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বিজেপিৰ বিশাল জনসমাবেশ

0 76

কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰূপায়ন হৈ থকা “মহা জন সম্পৰ্ক অভিযান”ৰ অংশস্বৰূপে ১৮ জুন দেওবাৰে এখন বিশাল জনসভা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

উক্ত জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দই।

Leave A Reply