Breaking

ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান…

0 14

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান।

প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ বিজেপিত যোগদান।

Leave A Reply