Breaking

দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…

0 11

দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৷

মাটিয়াৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰক গ্ৰেপ্তাৰ৷

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত BDOজনক ৷ বকেয়া বিলৰ নামত ধন লওঁতেই গ্ৰেপ্তাৰ শিকদাৰক৷

Leave A Reply