ধুবুৰীত নাওঁ দুৰ্ঘটনা। ভাষানীৰ চৰ প্ৰথম খণ্ড গাঁৱত এই দুৰ্ঘটনা…

ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে আন কেইবাগৰাকী ব্যক্তি দুব যায় ব্ৰহ্মপুত্ৰ নৈত। বৰ্তমান দুজন ব্যক্তি উদ্ধাৰ হৈছে যদিও নাঁও খনত প্ৰায় ৮০ জন যাত্ৰী আছিল , তাৰে ভিতৰত আনুমানিক প্ৰায় ১৫ /২০ সন্ধানহীন হৈ আছে , নাও বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

ঘটনা স্থলীত উপস্থিত জিলা উপায়ুক্ত , আৰক্ষী অধীক্ষক , আৰু SDRF বাহিনীৰ দল নিখোজ লোক সকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।


ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Related Articles