August 7, 2024 কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ। কাজিৰঙাৰ গেলেকীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন। বনকৰ্মীয়ে তত্পৰতাৰে জব্দ কৰে চোৰাং কাঠসহ বলেৰ’ ভানখন। বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ… দৈনন্দিন বাৰ্তা - May 1, 2026 শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ দৈনন্দিন বাৰ্তা - April 28, 2026