Breaking

বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী হঠাৎ অসুস্থ, চিকিৎসালয়ত ভৰ্তি…

0 37

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বলীউডৰ বিখ্যাত অভিনেতা মিথুন চক্ৰৱৰ্তীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মিথুন চক্ৰৱৰ্তীক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মিথুন চক্ৰৱৰ্তীৰ বয়স ৭৩ বছৰ। আজি শনিবাৰ অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। বুকুৰ বিষৰ বাবে বাবে লগে লগে তেওঁক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

Leave A Reply