Breaking

বলীউডৰ অভিনেতা শ্ৰেয়াস তলপড়ে হৃদজনিত ৰোগত আক্ৰান্ত ! শ্বুটিঙত ব্যস্ত থকাৰ সময়তে অসুস্থ হৈ পৰে শ্ৰেয়াস…

0 43

বলীউড অভিনেতা শ্ৰেয়াস তলপড়ে অসুস্থ৷

হৃদজনিত ৰোগত আক্ৰান্ত অভিনেতাগৰাকী৷ মুম্বাইত শ্বুটিঙত ব্যস্ত থকাৰ সময়তে অসুস্থ হৈ পৰে শ্ৰেয়াস৷

বৰ্তমান বেলিভিউ হাস্পাতলত চিকিৎসাধীন অভিনেতাগৰাকী৷

Leave A Reply