অসুস্থ বলিউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ।
প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য বাৰ্তা ।

ৰাখীৰ অসুস্থতাৰ বাবে জগৰীয়া আদিল খানক ।
মানসিক চাপৰ বাবে ৰাখী সাৱন্ত অসুস্থ ।

কেঞ্চাৰ, টিউমাৰ, হাৰ্ট এটেক আৰু ষ্ট্ৰেছ – প্ৰাক্তন স্বামী ৰিতেশে দিলে ৰাখী সাৱন্তৰ স্বাস্থ্যৰ আপডেট