Breaking

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ…

0 52

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা। বাইকত খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ।

দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ। দুৰ্ঘটনাৰ পাছতে পলায়ন বলেৰ’ পিকআপ ভানৰ। চৰাইদেউৰ বাবে সম্পদ ফিৰোজ কোঁৱৰ।

সৰুসজাইৰ বিহু ৰেকৰ্ড অনুষ্ঠানৰো আঁৰৰ এজন মূল মানুহ আছিল ফিৰোজ কোঁৱৰ।

Leave A Reply