Breaking

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গল মালবাহী নাওঁ …

0 102

ধুবুৰী পঞ্চুঘাটত প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিৰ ফলত মালবাহী নাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত ডুৱ যায়।


নাওঁ খনত বিভিন্ন সামগ্ৰী লোড কৰি হাটসিংগীমৰী অভিমুখী যোৱাৰ সময়ত প্ৰচণ্ড ধুমুহা বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুৱ যায়।

নাওঁ খনত প্ৰায় ৪০ লাখ টকাৰ বিভিন্ন সামগ্ৰী আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

Leave A Reply