বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। কেন্দ্ৰীয় জল আয়োগে সদৰি কৰা মতে, প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১০ৰ পৰা ২০ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাইছে। ৰাজ্যৰ লগতে অৰুণাচলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলতেই দিনক দিনে বৃদ্ধি পাইছে মহাবাহুৰ জলধাৰা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!