August 6, 2024 ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail অশান্ত বাংলাদেশ! ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। আজিৰে পৰা সীমান্তৰ জিৰ’ লাইন এলেকাত বন্ধ কৰা হৈছে খেতি-বাতি। পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব খেতিপথাৰৰ কাম। এই কথা সদৰী কৰিছে BSFৰ শীৰ্ষ সূত্ৰই। Author: দৈনন্দিন বাৰ্তা Related Articles সিন্ধুৰ পানী বন্ধ কৰাক লৈ পাক্ জলবায়ু মন্ত্ৰী মুছাদ্দিক মালিকে ভাৰতক দিলে ভাবুকি দৈনন্দিন বাৰ্তা - July 1, 2026 ভাৰতত নিৰ্মাণ হ’ব প্ৰথমটো ওপঙা বিমান বন্দৰ দৈনন্দিন বাৰ্তা - July 1, 2026 ট্ৰাম্পে মহিলা সাংবাদিকক দিব লাগিব ক্ষতিপূৰণ ৫০ লাখ ডলাৰ দৈনন্দিন বাৰ্তা - July 1, 2026