October 19, 2023 ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান… Share FacebookTwitterWhatsAppTelegramKooEmail ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান। অভিযানত জব্দ ২১ টা গৰু। বাংলাদেশ লৈ প্ৰাচাৰৰ বাবে অনা হৈছিল গৰু কেইটা। পুৱা ৬ বজাত বি এছ অফৰ অভিযান চলিল চৰ অঞ্চলটোত। উল্লেখ্য যে ধুবুৰীৰ বিভিন্ন চোৰাং পথেৰে আজিও বাংলাদেশ লৈ অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। Author: দৈনন্দিন বাৰ্তা Related Articles বৰপেটাৰ বহৰিত থিয়েটাৰ সূৰ্য্যৰ নাট্য যাত্ৰাৰ মঞ্চ উদ্বোধন গৰিমা শইকীয়া গাৰ্গৰ দৈনন্দিন বাৰ্তা - August 22, 2026 ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ দৈনন্দিন বাৰ্তা - August 22, 2026 বিধায়ক অখিল গগৈৰ আচৰণক গৰিহণা IAS এছ’চিয়েচনৰ দৈনন্দিন বাৰ্তা - August 22, 2026