Breaking

বড়োভূমিত আৰম্ভ ৰাজনৈতিক জল্পনা-কল্পনা : কাৰ মুখত বিৰিঙিব হাঁহি !

0 1,547

বহুকেইজন বাঘা বাঘা ৰাজনৈতিক নেতাৰ ব্যাপক প্ৰচাৰৰ পিছত বিটিচিত বিপুল সংখ্যক লোকে ভোটদান কৰিছিল ।  আজি শনিবাৰে বিটিচিৰ ৪খন জিলাত অনুষ্ঠিত হৈছে ভোটগণনা । বড়োভূমিত কোন জয়ী হ’ব বা কোন পৰাজিত হ’ব কাৰ মুখত বিৰিঙিব হাঁহি, ইয়াকে লৈ ভোটাৰৰ মাজত আৰম্ভ হৈছে ব্যাপক ৰাজনৈতিক জল্পনা-কল্পনা ।

বিটিচিৰ ৪০ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ আজি ঘোষনা হব লগা ফলাফলে হয়তো ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো বিশেষ সমীকৰণৰ সঞ্চাৰ কৰিব।

Leave A Reply