Breaking

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন…

0 29

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন।শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিস্থত বৌদ্ধবিহাৰত আজি শিৱসাগৰ বৌদ্ধ বিহাৰ পৰিচালনা সমিতি তথা ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোত ২৫৬৮তম বৌদ্ধ জয়ন্তুী পালন কৰা হয়।

এই উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ লগতে প্ৰাঢীৰ প্ৰএীকা উন্মোচন, ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। সভাত বহুকেইজন গণ্যমাণ্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

Leave A Reply