Breaking

বাজেট ২০২১-২২ গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,055

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট ।বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে সম্বোধন কৰি কয় যে।”৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে সৌভাগ্য”।ৰাজ্যিক ঘৰুৱা উতপাদনৰ হাৰ ৭.৭১ শতাংশ ।কেন্দ্ৰৰ পূঁজিৰে ১৬ শতাংশ জি এচ টি লাভ কৰিছে অসমে ।অসমে ১৬,৫২৯ কোটি টকা ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে।৮.১৬ শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।ৰাজ্যৰ শোচনীয় আৰ্থিক অৱস্থা সুস্থিৰ হৈ পৰিছে।

Leave A Reply