শিৱসাগৰৰ পানীবিলত লিলি ফুকন নামৰ লোকজনৰ বাসগৃহলৈ গুলী…

শিৱসাগৰৰ পানীবিলত গুলীচালনা। লিলি ফুকন নামৰ লোকজনৰ বাসগৃহলৈ গুলী।

ঘৰৰ টিনপাত ফুটা কৰি ভিতৰত পৰিল গুলী। গুলীচালনাক লৈ আতংকিত পৰিয়ালটো। ক’ৰ পৰা বাসগৃহলৈ আহিল গুলী সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

চেৰেকাপাৰ আৰক্ষীক অৱগত কৰিছে আতংকিত পৰিয়ালটোৱে।

Related Articles