September 5, 2023 গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ। অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি। RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি। জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা। ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026